Share and Enjoy !

Shares

আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ প্ৰদান কৰে।

সৰ্বমুঠ ৫৭৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৩৫১৫ শিক্ষকক প্ৰদান কৰিলে নিযুক্তি পত্ৰ।

শিক্ষক পদলৈ উন্নতি প্ৰাদেশিকৃত ১১৬ টিউটৰক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

প্ৰধান শিক্ষক পদলৈ পদোন্নতিপ্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১৯৭ গৰাকী সহ: শিক্ষক আৰু বিজ্ঞান শিক্ষক।

পদোন্নতিপ্ৰাপ্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪৪৬ গৰাকী প্ৰধান শিক্ষকক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

উচ্চ শিক্ষাৰ সহকাৰী অধ্যাপক আৰু তৃতীয়,চতুৰ্থ বৰ্গৰ ১১৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান।

চৰকাৰী অভিযান্ত্ৰিক কলেজৰ ৪গৰাকী অধ্যক্ষকক নিযুক্তি প্ৰদান।

শিক্ষা গৱেষণা-প্ৰশিক্ষণ পৰিষদৰ ৬০জনলৈ নিযুক্তি পত্ৰ।

সৰ্বশিক্ষা অসমৰ অধীনত কৰ্মৰত ১১৭৫ গৰাকী ঠিকাভিত্তিক,ষ্টেট পুলৰ শিক্ষকক প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত স্থায়ী পদত নিযুক্তি প্ৰদান কৰা হয়।

APDCLৰ ৬৪গৰাকী সহকাৰী গাণনিক বিষয়াকো প্ৰদান নিযুক্তি পত্ৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *