ঢকুৱাখনা অভয়পুৰ মাজ গাঁৱত মৰ্মান্তিক ঘটনা।
বজ্ৰপাত পৰি মৃত্যু ৩০টা ছাগলীসহ ৭ টাকৈ গৰু।
বৃহস্পতি বাৰে মাজনিশা গোহালিত বান্ধি থোৱা অৱস্থাত বজ্ৰপাত পৰি সম্পূৰ্ণ ৰূপ জ্বলি যায় পশু ধনসহ গোহালি।
তপন মিলি নামৰ ব্যক্তি গৰাকীৰ গোহালিত সংঘটিত এই মৰ্মান্তিক ঘটনা।