Share and Enjoy !

Shares

প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ চচল।

পাৰিতোষিক বৃদ্ধি, নিয়মীয়াকৰণ আৰু এককালীন সাহার্য্য দিয়াৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কর্মৰ্চাৰী সন্থাৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী।

হাতে হাতে ফ্লেগ, বেনাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি আকাশ বতাহ উত্তাল কৰি তোলে।

মধ্যাহ্ন কৰ্মচাৰী সকলৰ মাননি ২০০০ টকাৰ পৰা ৯,০০০ টকালৈ বৃদ্ধি কৰাৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।

নিৰ্বাচনৰ পূৰ্বে ৰান্ধনী সহায়িকা সকলৰ দাবী সমূহ পূৰণ নকৰিলে প্ৰতিবাদী সকলে ভোট বৰ্জন কৰাৰ হুংকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *