Share and Enjoy !

Shares

বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক, গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰেমধৰ শৰ্মাৰ দেহাৱসান।

বৃহস্পতিবাৰে নিশা পানবজাৰস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। বিশিষ্ট সাংবাদিকগৰাকীয়ে।

শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত শৰ্মাদেৱৰ নশ্বৰদেহ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবলৈ নিয়া হয়। প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিসকলে ১ মিনিট মৌন প্ৰাৰ্থনাৰে প্ৰেমধৰ শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *