Share and Enjoy !

Shares

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা।

একে দিনাই মিত্ৰ দলৰ প্ৰাৰ্থীসহ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব।

১২৬ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে।

তালিকা প্ৰকাশ কৰাৰ পূৰ্বে বুধবাৰে দিল্লীত আবেলি অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক।

এই বৈঠকতে প্ৰাৰ্থী তালিকাত চূড়ান্ত ছীল মোহৰ মাৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

নিশা ভাগলৈ ৰাজহুৱা হ’ব অসম বিধানসভা নিৰ্বাচনৰ প্রতিদ্বন্দ্বীতা কৰিবলগীয়া বিজেপি আৰু NDA প্ৰাৰ্থী দলৰ মিত্ৰ নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *