ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷
আসন্ন অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য শনিবাৰে অসমত উপস্থিত হয়।
অসমত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মধ্য গুৱাহাটী সমষ্টিত চলাই নিৰ্বাচনী প্ৰচাৰ।
ঢেকীয়াজুলিত বিশাল জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷
ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
ঢেকীয়াজুলি টি ইষ্টেট ফুটবল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে ৷