নগাঁৱৰ গোমোঠা গাঁৱত পথ দুৰ্ঘটনা।
ডিভাইডাৰ পাৰ হ’বলৈ ধৰা এখন স্কুটীত খুন্দা বাহনৰ।
দুৰ্ঘটনা সংঘটিত কৰা XUV খনৰ নম্বৰ AS07P8771 বুলি জানিব পৰা গৈছে।
লগতে দুৰ্ঘটনাগ্ৰস্ত স্কুৰ্টীখনৰ নম্বৰ AS02AO8739।
ঘটনাত গুৰুতৰভাৱে আহত হয় স্কুটীখনৰ চালকজনৰ লগতে এজন আৰোহী।
দুয়োকে সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।