Share and Enjoy !

Shares

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ধেমাজি সদৰ আৰক্ষী আৰু ষ্টেটিকেল চাৰ্ভিলেণ্ড টিম (SST)-ৰ এক যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

এজন ব্যৱসায়ীৰ বাহনৰ পৰা জব্দ কৰে ২ লাখ ৫০ হাজাৰ টকাৰ নগদ ধন।

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৯ বাজি ১০ মিনিটত চিলাপথাৰৰ পৰা ধেমাজি অভিমুখে আহি থকা এখন ব্যক্তিগত চাৰিচকীয়া বাহন মৰিধল চেকিং পইণ্টত তালাচীৰ বাবে ৰখোৱা হয়। বাহনখনৰ তদন্তত। আৰক্ষী আৰু SST-ৰ দলে জব্দ কৰা এই ধনৰাশী

নিৰ্বাচনৰ ঠিক এদিন পূৰ্বে এনেদৰে বৃহৎ পৰিমাণৰ নগদ ধন সৰবৰাহ কৰাক লৈ প্ৰশাসনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *