তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।
অভিযানত তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ জন নিষিদ্ধ সংগঠনৰ লিংকমেন আটক
ধৃত লিংকমেন কেইজন বৰডুমচাৰ বৰ্ণিল নেওগ, পেঙেৰীৰ মিঠু গোহাঁই । আটক লীলাম্বৰ মৰাণ, কাকপথাৰৰ বিকাশ ডেকা । আটক অৰুণাচলৰ শিবা দেৱ, পৰিতোষ দেৱ, মাকুমৰ মানৱ দেৱ
আলফা (স্বাঃ)ৰ নামত ধনদাবী কৰিছিল লিংকমেনকেইজনে।
দীৰ্ঘদিন ধৰি নিষিদ্ধ সংগঠনৰ সৈতে তথ্য আদান প্ৰদান, যোগাযোগ ৰখাৰ অভিযোগ ।