Share and Enjoy !

Shares

আজি গোসাঁই বিহু। নাম কীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ, নামঘৰ, মন্দিৰ।

গোসাঁই বিহু ৰঙালী বিহুৰ তৃতীয়টো দিনত পালন কৰা হয়।

এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে। বহুতেই নিজৰ গাঁৱৰ মন্দিৰত গৈ নেদেখাজনৰ আশিস বিচাৰে। নিজ আৰাধ্য দেৱতাক ধূপ-দ্বীপ, নৈবেদ্যৰে বছৰটো যাতে কুশলে যায় তাৰ বাবে প্ৰাৰ্থনা জনায়।

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ বিভিন্ন স্থানত গোসাই বিহু পালন কৰে৷ গাঁওসমূহৰ নামঘৰৰ লগতে সত্ৰসমূহ গোসাই বিহুত অংশগ্ৰহণ কৰি সেৱা লয় ৰাইজে৷ তেজপুৰৰ বৰালীমৰা সত্ৰ দক্ষিণপাট সত্ৰৰ ডিপোটা ঘাট সত্ৰত পালন কৰা হয় গোঁসাই বিহু ।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *