হাজোৰ বৰম্ব আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ।
হাজোত অতীজৰে পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উদযাপন কৰি অহা বৃহত্তৰ বৰম্ব আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ।
লখাইতৰা উদীয়মান যুৱক সংঘৰ উদ্যোগত বৃহত্তৰ বৰম্ব অঞ্চলৰ ২৫ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন।
অষ্ট বিংশতিতম বৰম্ব আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে বিহুৰ লগত জড়িত বয়োজ্যেষ্ঠ ব্যক্তি সকলক ঘৰে ঘৰে গৈ অসমীয়াৰ স্বাভিমান গামোচা আৰু ওলগণি পত্ৰেৰে জনালে সম্বৰ্দ্ধনা।
পহিলা ব’হাগৰ দিনা ৰঙালী বিহুৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ