Share and Enjoy !

Shares

মাজুলীৰ কমলাবাৰী নিমাতীঘাটত অঘটন।

ফেৰীৰ পৰা পানীত জাপ দিলে যুৱকে।

বি এছ প্ৰীতিষ নামৰ ফেৰীখনৰ পৰা জাঁপি দিলে যুৱকজনে।

ফেৰীৰ পৰা যুৱকজনলৈ লাইফ জেকেট দলিয়াই দিছিল যদিও, যুৱকজনে কোনো সহাঁৰি নিদিলে।

ঘটনাক লৈ এতিয়া নিমাতিঘাটত বিৰাজ কৰিছে চাঞ্চল্যই।

সমগ্ৰ ঘটনাক লৈ মাজুলী জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *