Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

শোণিতপুৰৰ মিছামাৰীত বন্যহস্তীৰ সন্ত্ৰাস

বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

নিহত লোকজন বাঁহবেৰা অঞ্চলৰ দিপছন সত্নামী বুলি জানিব পৰা গৈছে

সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো

Leave a Reply

Your email address will not be published. Required fields are marked *