Share and Enjoy !

Shares

মঠঘৰীয়াৰ দুৰ্ঘটনাত ৰখাই থোৱা ট্ৰাক চালকক আটক।

নুনমাটি আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক সুভাষ পাটৰক।

ট্ৰাকচালজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।

নুনমাটিৰ নেপালী চ’কত ভাৰাতীয়া হিচাপে থাকে মৰিগাঁৱৰ নেলীৰ সুভাষ পাটৰ।

চালকজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

২৬ এপ্ৰিলত দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনতে শুই আছিল চালকজন।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *