Share and Enjoy !

Shares

ফকিৰগঞ্জৰ বালাটাৰী গাঁৱত সন্ধানহীন তিনিগৰাকী কিশোৰী ।

সোমবাৰে পুৱা ঘৰৰ পৰা স্কুললৈ ওলাই গৈছিল কিশোৰীকেইজনী।

স্কুললৈ যোৱাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ পৰে কিশোৰীকেইজনী।

নিৰুদ্দিষ্ট কিশোৰীকেইগৰাকী, মাকমুদা খাতুন, শাহনাছ পাৰবীন, ছুমাইয়া খাতুন বুলি জানিব পৰা গৈছে।

ছাত্ৰীকেইগৰাকীৰ দুগৰাকী অষ্টম শ্রেণীৰ, এগৰাকী নৱম শ্রেণীৰ।

তিনিওগৰাকী পৃথক পৃথক বিদ্যালয়ৰ শিক্ষাৰ্থী।

ঘটনা সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়াললেকে।

কিশোৰীকেইগৰাকীৰ সম্ভেদ পালে 8638332864 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *