Share and Enjoy !

Shares

জামিন মঞ্জুৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ।

উল্লেখ্য যে, বিগত বৰ্ষত ২৩ মে’ত ৰাজা আৰু সোণম মেঘালয়ত হানিমুনত গৈছিল আৰু তাৰপিছতেই সন্ধানহীন হৈ পৰিছিল ৰাজা ৰঘুবংশী।

২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছতেই আৰক্ষীয়ে সোণম, তেওঁৰ প্ৰেমিক ৰাজ আৰু হত্যাকাণ্ডত জড়িত থকা সন্দেহত তিনিজন ছুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰে।

মেঘালয় আৰক্ষীয়ে উত্তৰপ্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল সোনমক।

Leave a Reply

Your email address will not be published. Required fields are marked *