Share and Enjoy !

Shares

আজি আদালতত সম্পন্ন হ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি।

শুনানি সম্পন্ন কৰি ৰায় সংৰক্ষিত ৰাখিলে আদালতে।

২ মে’ত হ’ব জামিন আবেদনৰ ৰায়দান।

 

Leave a Reply

Your email address will not be published. Required fields are marked *