ডিব্ৰুগড়ৰ নালিয়াপুলত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত।
অগ্নিকাণ্ডত জাহ যায় কেইবালাখ টকাৰ সম্পত্তি।
সমীপৰ বিবাহ ভৱনত বৰযাত্ৰীৰ অহাৰ সময়ত ফুটাইছিল আতচবাজি।
আতচবাজিৰ ফিৰিঙতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে নিয়ন্ত্ৰণ কৰে জুই।
অগ্নিকাণ্ডৰ ফলত ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।