হঠাৎ অসুস্থ ছোনিয়া গান্ধী।
চিকিৎসালয়ত ভর্তি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক।
গুৰগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰা হৈছে।কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক।
তথ্য অনুসৰি, গুৰগ্ৰামৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ হ’ব। অৱশ্যে অস্ত্ৰোপচাৰটো অতি গুৰুতৰ নহয় বুলিয়েই সূত্ৰৰ দাবী।
উল্লেখ্য যে, যোৱা মাৰ্চ মাহতেই শ্বাসকষ্টজনিত সমস্যা আৰম্ভ হোৱাৰ পাছত প্রবীণ নেত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ দ্রুত অৱনতি ঘটিছিল।