মহানগৰীৰ গড়চুকত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়ন্ত্ৰণ হেৰুৱাই বাহন পৰা বাহিৰত চিটিকি পৰে চালক
জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা লগাৰ ফলত চুৰ্ণ বিছুৰ্ণ ট্ৰাকখন৷
ট্ৰাকখনৰ নম্বৰ WB 11F 9580
গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ট্ৰাকখনৰ চালক
বাহন খনৰ চালক হেণ্ডিমেনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে হস্পিতাললৈ
ঘটনাস্থলীত উপস্থিত গড়চুক যানবাহন আৰক্ষী