Share and Enjoy !

Shares

যুৱনেতা অংকুমান বৰদলৈ লৈ আদালতৰ চমন

২৫ জুনত আদালতত হাজিৰ হোৱা নিৰ্দেশ

ভৰলুমুখত গছ কটাৰ বিৰোধীতাৰে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল মাৰ্শ্বেল আৰু অংকুমান

১৪ দিনত জেলত কটাইছিল অংকুমান বৰদলৈ

হত্যাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *