কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে শুক্ৰবাৰে (১৯ জুন) ৫৬ বছৰত ভৰি দিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ কেইবাগৰাকী নেতাই । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্স’ত পোষ্ট কৰি ৰাহুল গান্ধীক জন্মদিনৰ শুভকামনা জনায়।
নেতাগৰাকীৰ জন্মদিন উপলক্ষে দেখিবলৈ পোৱা গৈছে সমৰ্থকৰ মাজত ব্যাপত উচাহ। প্ৰিয় নেতাৰ জন্মদিনৰ দিনটোত বানাৰসৰ গংগা ঘাটত যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।উদযাপন কৰিছে পৰশুৰামৰ দৰে ৰাহুল গান্ধীৰ ফটো প্ৰস্তুত কৰি সেই ফটোত গাখীৰ ঢালি আগবঢ়ালে পূজা-অৰ্চনা কৰে।।
এই সন্দৰ্ভত যুৱ কংগ্ৰেছৰ জিলা সভাপতি বিকাশ সিঙে সদৰী কৰে যে, “আজি আমি সকলো যুৱ কংগ্ৰেছৰ