Share and Enjoy !

Shares

মহানগৰীৰ পাণ্ডুত উত্তেজনাময় পৰিস্থিতি

জালুকবাৰী যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক পহুখেদা

ই-ৰিক্সা চালকৰ অতপালি নে আৰক্ষীৰ গুণ্ডাগিৰি

জালুকবাৰী আৰক্ষী থানাৰ যানবাহন শাখাৰ IC পুলিন কলিতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

একাংশ ই-ৰিক্সা চালকক বিনা কাৰণত প্ৰহাৰ কৰাৰ অভিযোগ

কলেজীয়া শিক্ষার্থীক নিয়া ই-ৰিক্সাও পাণ্ডুৰ পথত প্ৰৱেশত বাধা আৰক্ষী বিষয়াগৰাকীৰ

উপায়ন্ত হৈ পুলিন কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ বহে ই-ৰিক্সা চালকসকল

পাছত ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া

বৰ্তমান শীৰ্ষ আৰক্ষী বিষয়াৰ বুজনিত সাম কাটিছে পৰিস্থিতি

Leave a Reply

Your email address will not be published. Required fields are marked *