Share and Enjoy !

Shares

পত্নীৰ জন্মদিন উদযাপন কৰি বিপদত ব্যৱসায়ী গৌতম বৰুৱা

ভৰলুমুখ আৰক্ষীৰ জালত ব্যৱসায়ী গৌতম বৰুৱা

কুমাৰ ভাস্কৰ বাৰ্মা সেতুত জন্মদিন উদযাপনৰ কৰি ৰাজপথ আবদ্ধ কৰাৰ অভিযোগ বৰুৱাৰ বিৰুদ্ধে

পত্নীৰ জন্মদিনৰ বাবে সেতুত ৰেড কাৰ্পেট পাৰিছিল বৰুৱাই

জন্মদিন উদযাপনক লৈ সৃষ্টি হৈছিল বিতৰ্ক, ভাইৰেল হৈছিল দৃশ্য

অন্য যানবাহন আৱদ্ধ কৰি জন্মদিন উদযাপনৰ অভিযোগ

সামাজিক মাধ্যমত ভাইৰেল হৈছিল উদযাপনৰ দৃশ্য

ভাইৰেল ভিডিঅ’ৰ পিছতেই আৰক্ষীৰ পদক্ষেপ

ভৰলুমুখ আৰক্ষীয়ে আটক কৰিলে গৌতম বৰুৱাক

ৰাজপথক ব্যক্তিগত অনুষ্ঠানস্থলী কৰাৰ অভিযোগ

বিতৰ্কিত জন্মদিন উদযাপনৰ পিছত আৰক্ষীৰ অভিযান

ৰাজহুৱা পথত ব্যক্তিগত অনুষ্ঠান, উঠিছে বহু প্ৰশ্ন

Leave a Reply

Your email address will not be published. Required fields are marked *