Share and Enjoy !

Shares

বাতিল হ’ব পাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ!

গণেশগুৰিত জুবিনৰ ছবি অংকনৰ সময়ত সৃষ্টি হৈছিল ব্যাপক যান-জঁট

সেই যান-জঁটত ২ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল জাপানৰ উচ্চস্তৰীয় প্রতিনিধি দল কবি আবদ্ধ হৈ পৰিছিল জাপানৰ

গণেশগুৰিৰ ৰাজপথত বিশৃংখলা দেখি হতভম্ভ হৈছিল জাপানৰ দলটো

জাপানৰ ৰাজপথত দেখা নাযায় এনে পৰিস্থিতি

জাপানৰ উচ্চস্তৰীয় দলটোৰ তথ্যৰ ভিত্তিতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিলৰ আশংকা

পূর্বেও CAA বিৰোধী হিংসাত্মক আন্দোলনৰ বাবে বাতিল হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ

উল্লেখ্য যে,জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ গুৱাহাটী নতুন ৰূপত সজাই-পৰাই তোলা হৈছে যদিও প্ৰধানমন্ত্ৰী গৰাকীৰ গুৱাহাটী ভ্ৰমণ বাতিল হোৱা বুলি এক সূত্ৰই সদৰি কৰিছে। সেই খবৰৰ সত্যতা অৱশ্যে জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *