Share and Enjoy !

Shares

কংগ্ৰেছ নেতা পৱন খেড়াক পুনৰ তলব ক্ৰাইম ব্ৰান্সৰ।

১৭ জুলাইত হাজিৰ হ’ব লাগিব ক্ৰাইম ব্ৰান্সত।

পূৰ্বে দুবাৰকৈ ক্ৰাইম ব্ৰান্সৰ জেৰাৰ সন্মুখীন হৈছিল পৱন খেড়া। পৱন খেড়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ ।

ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে খেড়াই আনিছিল বহু বিস্ফোৰক অভিযোগ।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ পৰা গোচৰটোত অগ্ৰিম জামিন লাভ খেড়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *