NEET ৰ প্ৰশ্নকাকত ফাদিলক লৈ সামাজিক মাধ্যমত পোষ্ট প্ৰধানমন্ত্ৰী মোদীৰ।নতুন দিল্লীৰ যন্তৰ-মন্তৰত ‘ককৰোচ জনতা পাৰ্টি’ (CJP)ৰ নেতৃত্বত পেপাৰ লিকৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰে সদায়ে অগ্ৰাধিকাৰ দিয়ে।
এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পৰীক্ষাৰ পেপাৰ লিকৰ দৰে ঘটনাৰ স’তে জড়িত দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰে ফাষ্ট-ট্ৰেক আদালতৰ গঠনৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাক এক ‘ঘোৰ পাপ’ বুলি অভিহিত কৰিছে