অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।
ৰাষ্ট্ৰপতি দ্রৌপদী মূর্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ধৰ্মেন্দ্ৰ প্ৰধানৰ।
২০ জুলাই, ২০২৬ৰ পৰা দিল্লীকে ধৰি সমগ্ৰ দেশজুৰি চিজেপিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ মূল দাবী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগ।
অৱশেষত আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী মানি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
এই পদত্যাগ পত্ৰত NEET UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে।