Share and Enjoy !

Shares

পৰ্বতঝোৰাত চোৰাং গৰুসহ জব্দ বাহন।

গাম্বৰীকাটাত এখন বলেৰ’ বাহনৰ পৰা উদ্ধাৰ ৪টা গৰু।

প্ৰাতঃভ্ৰমণলৈ অহা লোকে গৰু ভৰ্তি বলৰো বাহনখন প্ৰত্যক্ষ কৰে।

কাজিগাঁও আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে।

আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ বাহনসহ ৪টা গৰু জব্দ কৰে।

জব্দকৃত বলেৰ’ বাহন খনৰ নম্বৰ AS-16-J-2118।

আৰক্ষীয়ে বাহন আৰু গৰু চাৰিটা থানালৈ আনি তদন্ত আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *