Share and Enjoy !

Shares

চামগুৰিত সক্ৰিয় মটৰচাইকেল চুৰি চক্ৰ।

চামগুৰিত চুৰে নিলে এখন মটৰচাইকেল।

চামগুৰিৰ ষ্টেট বেংকৰ সমীপত সংঘটিত হৈছে এই মটৰচাইকেল চুৰি ঘটনা।

নিতুল বিশ্বাস নামৰ এজন লোকে নিজৰ মটৰচাইকেল খন ৰখাই ATM-ৰ পৰা ধন উলিয়াবলৈ যোৱাত চুৰে মটৰচাইকেল খনৰ হেণ্ডেল লক ভাঙি চুৰি কৰি নিয়ে।

ঘটনাটৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ।

CCTV দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

চুৰি হোৱা মটৰচাইকেল খনৰ নম্বৰ AS 02J1568।

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে ইতিমধ্যে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *