আজিৰে পৰা শুভাৰম্ভ ‘প্ৰেৰণা’ অভিলাসী আঁচনি;শিক্ষাৰ্থীসকলে মাহিলি ৩০০ টকাকৈ জলপানিআজিৰে পৰা শুভাৰম্ভ ‘প্ৰেৰণা’ অভিলাসী আঁচনি;শিক্ষাৰ্থীসকলে মাহিলি ৩০০ টকাকৈ জলপানি

Share and Enjoy !

Shares

আজি মুকলি হ’ল ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বই শুভাৰম্ভণি কৰে অসম চৰকাৰৰ ‘প্ৰেৰণা’ শীৰ্ষক আঁচনি। ‘প্ৰেৰণা’ৰ অধীনত প্ৰতিমাহে লাভ কৰিব ৩০০ টকাকৈ। ৰাজ্যৰ ৪ লাখ ৪০ হাজাৰ শিক্ষাৰ্থীক সামৰি ল’ব আঁচনিখনে। এই মাহৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈকে পৰীক্ষাৰ্থীসকলে লাভ কৰিব এই ধন।

এই জলপানি পাবলৈ শিক্ষাৰ্থীসকল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ হ’ব লাগিব। আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত চিবিএছইৰ দশম শ্ৰেণী শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলো যোগ্য হ’ব ‘প্ৰেৰণা’ৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *