Share and Enjoy !

Shares

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

পুৱা ৯.৫৮ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ আনুমানিক প্ৰাবল্য আছিল ৪.১।

ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *