নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বলেৰ’ পিকআপ বাহনে মহতিয়াই নিলে ৰখাই থোৱা মটৰ চাইকেল সহিতে এখন দোকান।
ঘটনাত এজনলোক আহত হোৱাৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ ।
নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। । নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।