Share and Enjoy !

Shares

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বামুনপুখুৰী বৰা গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

জিতু ভড়ালী নামৰ মুখা শিল্পী গৰাকীৰ শিল্প প্ৰতিষ্ঠান জাহ গ’ল জুইত।

এগচি চাকিৰ পৰা সৃষ্টি হয় জুইৰ।

অগ্নিকাণ্ডত শিল্পী গৰাকীৰ ছয় লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও শিল্পী গৰাকীৰ সকলো সৃষ্টিৰাজি জুইত পুৰি ছাই হৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *