Share and Enjoy !

Shares

নিশা গুৱাহাটীৰ মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

বৰিপাৰাৰ ফুট ব্ৰীজত সংঘটিত হয় এই অগ্নিকাণ্ড

প্ৰথমে ফুটব্ৰীজখনৰ এস্কেলেটৰৰ তলত জুই প্ৰত্যক্ষ কৰে স্থানীয় লোকে

ততাতৈয়াকৈ প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই বিয়পি পৰাৰ পৰা ৰক্ষা পৰে

অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই

Leave a Reply

Your email address will not be published. Required fields are marked *