Share and Enjoy !

Shares

নিশা মহানগৰীৰ মালিগাঁও কামাখ্যা জংচনত গভাইত চোৰক আটক

যাত্ৰীৰ মোবাইল চুৰি কৰি পলাব লওঁতেই হাতে-লোতে কৰায়ত্ত যুৱকক

একাংশ যাত্ৰীয়ে কৰায়ত্ত কৰি গতাই দিয়ে ৰে’ল সুৰক্ষা বাহিনীক

সন্তোষ কুমাৰ নামৰ লোক এজনৰ দুটাকৈ মোবাইল চুৰি কৰিছিল চোৰটোৱে

ধৃত চোৰটো লালগণেশৰ বিতু বৰ্মন বুলি জানিব পৰা গৈছে

বৰ্তমান RPFএ চোৰটোক সোধা পোছা অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *