মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে দিলে ডাঙৰ খবৰ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে দিলে ডাঙৰ খবৰ

Share and Enjoy !

Shares

ৰাজ্যবাসীলৈ সুখবৰ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে দিলে ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজ্য চৰকাৰেও আগবঢ়াব ২৫০ টকাৰ ৰাজসাহায্য। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পাছত এইবাৰ আমি প্রতিগৰাকী যোগ্য বিবেচিত হিতাধিকাৰীলৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ।’’

Leave a Reply

Your email address will not be published. Required fields are marked *