Share and Enjoy !

Shares

নিলামবজাৰৰ শেখলুদি গাঁৱত চাঞ্চল্যকৰ ঘটনা

পত্নীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা স্বামীৰ

শুই থকা অৱস্থাত পত্নী আনোয়াৰা বেগমক হত্যা কৰে স্বামীয়ে

পত্নী শুই থকা অৱস্থাত স্বামী ছামস উদ্দিনে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে

পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ

পত্নীক হত্যা কৰি ডিঙিত চিপ লগাই আত্মহত্যাৰ চেষ্টা চলায় স্বামী ছামস উদ্দিনে

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *