Share and Enjoy !

Shares

আজি দেওবাৰেও খোলা থাকিব বেংক

সোমবাৰৰ পৰা ৩দিনীয়া বেংক ধৰ্মঘট

দেশজুৰি ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ধৰ্মঘট

গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা থাকিব বেংকসমূহ

পাঁচদিনীয়া বেংকিং সপ্তাহৰ মূল দাবীৰে প্ৰতিবাদ

সোমবাৰৰ পৰা UFBUৰ প্ৰতিবাদত স্তব্ধ হ’ব বেংকৰ কাম

Leave a Reply

Your email address will not be published. Required fields are marked *