চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে পৰ্বতঝোৰাত আৰক্ষীৰ অভিযান।
অভিযানত ছাতাগুৰিৰ পৰা ৮টাকৈ চোৰাং গৰুৰ লগতে দুই সৰবৰাহকাৰীক আটক।
আটকাধীন সৰবৰাকাৰীকেইটা ৰহেন্দ্ৰ ব্ৰহ্ম আৰু ৰাজহা কিছকু বুলি জানিব পৰা গৈছে।
বাণীয়ামাৰী ষষ্ঠ খণ্ডৰ পৰাও জব্দ ১৪টাকৈ চোৰাং গৰু।
অৱশ্যে আন্ধাৰৰ সুযোগ লৈ পলায়ন সৰবৰাহকাৰীৰ দলৰ।
বগৰীবাৰী আৰক্ষী, গৌৰীপুৰ আৰক্ষীয়ে পৃথকে পৃথকে চলাইছিল অভিযান