ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল;SITৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব দলটোছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল;SITৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব দলটো

Share and Enjoy !

Shares

ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল।

SITৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব দলটো।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটটো।

SITৰ মুৰব্বী মু্ন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দলটো।

ছিংগাপুৰত ২১ অক্টোবৰত অসম আৰক্ষীৰ SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ’ব।

বৃহস্পতিবাৰে X হেণ্ডেলযোগে সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *