বিনেশ ফ’গটৰ সামাজিক মাধ্যমত বিশেষ প'ষ্টবিনেশ ফ’গটৰ সামাজিক মাধ্যমত বিশেষ প'ষ্ট

Share and Enjoy !

Shares

সামাজিক মাধ্যমত মল্লযুঁজাৰু বিনেশ ফ’গটৰ বিশেষ পোষ্ট এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে মল্লযুঁজাৰুগৰাকীয়ে। অৱসৰৰ পৰা ইউ টাৰ্ণ ঘোষণা খেলুৱৈগৰাকীৰ

সামাজিক মাধ্যমযোগে এই কথা জনালে বিনেশ ফ’গটে।বিনেশ ফ’গাটে লিখিছে যে, জুই কেতিয়াও নুমাই নাযায়। ক্লান্তি আৰু কোলাহলৰ তলতহে পুতি থোৱা আছিল। এইবাৰ, মই অকলে অহা নাই, মোৰ ল’ৰাটোৱে মোৰ দলত যোগদান কৰিছে, যি মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা।

উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্ট মাহত বিনেশ ফ’গাটে ক্ৰীড়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছিল। কিন্তু খেলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত অৱশেষত প্ৰত্যাখ্যান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *