গোলাঘাট পুলিবৰ ভগা গাঁৱত ভ-য়ং-কৰ পথ দু-ৰ্ঘট-না।
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত পুৰুষ-মহিলা।
AS-05-X7830 নম্বৰৰ এখন বাইকত গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে।
ফলত বাইকখনত থকা দুয়োগৰাকী যাত্ৰী থিতাতে নিহত হয়।
ইপিনে ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনে।
ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
মৃত পুৰুষ মহিলা হালৰ বৰ্তমানো পৰিচয় জানিব পৰা হোৱা নাই।