পৰ্বতঝোৰাৰ বগৰীবাৰীত চিলনী চোৰৰ সন্ত্ৰাস।
টকাৰ বেগ কাঢ়ি লৈ যোৱাৰ চেষ্টা চোৰৰ।
আটক বিহাৰ কাটিহাৰৰ বিশাল কুমাৰ।নামৰ ধৃত চোৰটোক।
বগৰীবাৰী SBI বেংকৰ পৰা টকা উঠাই এজন ব্যক্তিয়ে।
বেংকৰ কাষৰ মজিদত নামাজ পৰতে টকাৰ বেগলৈ লোৱাৰ চেষ্টা চলায় চৰটোৱে।
ৰাইজে চোৰটোক উত্তম মধ্যম সুধাই বগৰীবাৰী আৰক্ষীক গতাই দিয়ে।