বৰপেটাৰোডৰ সমীপৰ নিচুকাত NIAৰ অভিযান।
চুলতান মাহমুদ নামৰ এটা জেহাদীৰ বাসগৃহত উপস্থিত তদন্তকাৰী সংস্থাৰ দল।
৩০ ডিচেম্বৰত চুলতান মাহমুদক গ্রেপ্তাৰ কৰিছিল NIAই।
চুলতান মাহমুদৰ বাসগৃহত তালাচী চলাইছে অভিযানকাৰী দলটোৱে।
পুৱা ৫বজাৰ পৰা প্রায় ৩ঘণ্টা ধৰি চলে তালাচী।
গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে চুলতান মাহমুদ।