আজি ৬ ব’হাগ। সাত বিহুৰ ষষ্ঠ দিনটো জীয়ৰী বিহু অথবা চেনেহী বিহু হিচাপে পালন কৰা হয় ৷
আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে সাত বিহুৰ জীয়ৰী বা গাভৰু বিহু।
বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে ৷
ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে। সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বোলা হয়।
সাতবিহুৰ অন্যতম জীয়ৰী বা চেনেহী বিহুৰ সৈতে জড়িত হৈ আছে অসমীয়া সংস্কৃতি ।