Share and Enjoy !

Shares

কাইলৈ বিজয়া দশমী।

উত্তৰ গুৱাহাটীত বিজয়া দশমীৰ বিশেষ ৰাৱণ দাহন কাৰ্যসূচী।

উত্তৰ গুৱাহাটী মধ্যমখণ্ডত ৮০ ফুট উচ্চতাৰ ৰাৱণ।

কাইলৈ বিজয়া দশমী উপলক্ষে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত ৰূপায়ন কৰা হ’ব ৰাৱণ দাহন কাৰ্যসূচী ।

সমাজৰ পৰা আসুৰিক শক্তিক বিনাশ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে উত্তৰ গুৱাহাটী মধ্যমখণ্ড দুৰ্গা পূজা ক্ষেত্ৰত ৰূপায়ন কৰা হয় এই ৰাৱণ দাহন কাৰ্যসূচী।

Leave a Reply

Your email address will not be published. Required fields are marked *