Share and Enjoy !

Shares

জল্পনা-কল্পনাৰ অন্ত! অৱশেষত ঘোষণা হ’ল অভয়াপুৰী বিধানসভা সমষ্টিত প্ৰাৰ্থীৰ নাম। অগপৰ পৰা দুদিন পূৰ্বে বিজেপিত যোগদান কৰা ভূপেন ৰায়ে লাভ কৰিলে টিকট।

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতে বিজেপি-অগপৰ কৰ্মীয়ে ভিৰ কৰে ভূপেন ৰায়ৰ বাসগৃহত।

অভয়াপুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ঘোষণাৰ পাছতে ভূপেন ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ পৰিকল্পনা অনুসৰি অভয়াপুৰী সমষ্টিৰ দায়িত্ব লাভ কৰা বুলি মন্তব্য কৰাৰ লগতে বিধানসভা নিৰ্বাচনত জয়ী নিশ্চিত বুলি দাবী কৰে তেওঁ। বিজেপিৰ ৰাজ্যি্ক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যওবাদ জনায় ভূপেন ৰায়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *