Share and Enjoy !

Shares

নিৰ্বাচনৰ প্ৰাকক্ষণত UPPLত মোক্ষম আঘাত।

বৰমাৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ।

দলৰ প্ৰাথমিক সদস্যৰ পৰাও কৰে পদ ত্যাগ।

দলৰ সভাপতিলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।

পদত্যাগী বিধায়ক ভূপেন বড়োৱে BPFত যোগদান কৰাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *