Share and Enjoy !

Shares

আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা।

আজি ৰাজ্যজুৰি দেৱী লক্ষ্মীক আৰাধনা কৰিব ভক্তপ্ৰাণ ৰাইজে।

বজালীৰ নিত্যানন্দতো ৫৯সংখ্যক লক্ষ্মীপূজাৰ ৭দিনীয়া বৰ্ণাধ্য আৰ্যসূচীৰে আয়োজন কৰে।

নিত্যানন্দ লক্ষ্মীপূজাৰ আজিৰ উদ্বোধনী অনুস্থানত স্থায়ী মঞ্চ উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।

বিধায়ক হৈ থকা অৱস্থাত প্ৰায় ১০ লাখকৈ প্ৰতিবছৰে অনুদান আগবঢ়াই আহিছে স্থায়ী মঞ্চৰ বাবে।

আজি শেষৰটো কিস্তি ১০লাখ টকাৰে নিৰ্মাণ কৰা স্থায়ী মঞ্চ উদ্বোধন কৰি এই কথা জনায় অধ্যক্ষগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *